Tag: newscode

ডিজিটেল ডিটক্স আমাৰ বাবে কিয় প্ৰয়োজনীয় ? এই বিষয়ে মনোৰোগ বিশেষজ্ঞৰ পৰাই জানো আহক

আজিকালি সকলোৰে হাতত এটা স্মাৰ্টফোন আছে, আৰু ই আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ সেয়ে সাৰ পোৱাৰ লগে…

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১১৪ খন নতুন ৰাফেল যুদ্ধ বিমান ক্ৰয়ত জনাইছে অনুমোদন

ফ্ৰান্সৰ পৰা নতুন ৰাফেল যুদ্ধ বিমান ক্ৰয়ত কেন্দ্ৰীয় চৰকাৰে জনাইছে অনুমোদন । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নেতৃত্বাধীন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ…

ইপষ্টিন ফাইলৰ ধুমুহা ভাৰতৰ সংসদত

ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে…

চি বি এছ ইৰ অন-স্ক্ৰীন মাৰ্কিং ব্যৱস্থা, দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ ডিজিটেল মূল্যায়ন আৰম্ভ হব এই বৰ্ষত

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন সাধন কৰি ২০২৬ চনৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ বাবে অন-স্ক্ৰীন…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৰা মন্তব্য সন্দৰ্ভত ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সিষ্ট) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চি পি আই)ৰ এজন নেতাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে ।

মঙলবাৰে অধিবক্তা নিজাম পাছাই ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টোৰ কথা উল্লেখ কৰি ইয়াৰ জৰুৰী…

বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ

বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাৰ সমষ্টিটোৰ বৃহত্তৰ তুলসীবাৰীৰ বহু অঞ্চল এতিয়াও যথেষ্ট ভিতৰুৱা আৰু তুলনামূলকভাৱে অনুন্নত । ঠায়ে ঠায়ে পকী ৰাস্তাৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰি কৰা অনুসৰি শনিবাৰে পুৱা ৭.১৫ বজাত নতুন দিল্লীৰ পৰা চাবুৱা অভিমুখে ৰাওনা হ’ব…

ৰাজস্থান ৰয়েলছৰ নতুন যুগৰ সূচনা: ৰিয়ান পৰাগক অৰ্পণ কৰা হ’ল অধিনায়কৰ গুৰু দায়িত্ব

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) ২০২৬ বৰ্ষৰ বাবে ৰাজস্থান ৰয়েলছে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি অসমৰ তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগক দলৰ পূৰ্ণকালীন…

ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ: কেন্দ্ৰীয় শ্ৰমিক আইন বাতিল আৰু মজুৰি বৃদ্ধিৰ দাবী

কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰমিক নীতিৰ বিৰোধিতা কৰি আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহ উত্তাল হৈ…

অসমলৈ কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি আবণ্টন !

অসমৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্বাচনী টোপ ! নিৰ্বাচনৰ আগে আগে কেন্দ্ৰই ৰাজ্যখনৰ বাবে ঘোষণা…