ভাৰতীয় কৃষক কিয় কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে
শস্য বিক্ৰী কৰিবলৈ মাহৰ পিছত মাহ অপেক্ষা কৰা কৃষকসকল এতিয়া চলিত সংঘাত আৰু বতৰ দুয়োটাৰে বাবেই বিপদৰ সন্মুখীন জীৱাশ্ম ইন্ধনত…
নিৰ্বাচনৰ বতৰত যোৰহাটত প্ৰচণ্ড বিস্ফোৰণ প্ৰচণ্ড
বিস্ফোৰণত কঁপি উঠিল যোৰহাট চহৰ । কোনোৱে ধৰিবই পৰা নাছিল এই বিস্ফোৰণ উৎস। সকলোৰে মাজত লাগিল হুৱাদুৱা । যোৰহাটবাসী আতংকিত…
অসম চৰকাৰ আৰু আদানি গ্ৰুপৰ বিদ্যুৎ চুক্তিক লৈ তীব্ৰ বিতৰ্ক: ব্যৱহাৰ নকৰা বিদ্যুতৰ বাবে ৰাজকোষৰ পৰা খৰচ হ’ব পাৰে ১২,৫০০ কোটি টকা
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ডাঙৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ (The Reporters’ Collective) নামৰ এক…
জুবিনক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’লে গৰিমা শইকীয়া গাৰ্গসহ চৰকাৰৰ দ্বাৰা মনোনীত সমিতিয়ে। জুবিন গাৰ্গৰ নামত সোণাপুৰত চৰকাৰী অনুদানেৰে নিৰ্মাণ হ’বলগীয়া ‘জুবিনক্ষেত্ৰ’ৰ কাম-কাজ এতিয়া পূৰ্ণগতিত আগবাঢ়িছে ।
মঙলবাৰে জুবিন ক্ষেত্ৰৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে চৰকাৰীভাৱে স্বীকৃত জুবিনক্ষেত্ৰ…
নিউজ কোডৰ বিশেষ প্ৰতিবেদন: ইতিহাস ৰচিলে অসম সন্তানে! উত্তৰ-পূবৰ প্ৰথমগৰাকী ‘দবা গ্ৰেণ্ডমাষ্টাৰ’ হিচাপে পৰিগণিত হ’ল গুৱাহাটীৰ মায়াংক চক্ৰৱৰ্তী
অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক অতি গৌৰৱৰ ক্ষণ! গুৱাহাটীৰ পাণ্ডু অঞ্চলৰ ১৬ বছৰীয়া কিশোৰ মায়াংক চক্ৰৱৰ্তীয়ে দবা খেলত…
অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ৬৫ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, গৌৰৱ গগৈ যোৰহাটৰ পৰা; বিজেপিৰ তালিকাৰ বাবে অপেক্ষা
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট সৰৱ হৈ পৰিছে। কংগ্ৰেছ দলে প্ৰথম…
কুম্ভ মেলাৰ ‘ভাইৰেল গাৰ্ল’ মনালিছাৰ ফাৰমান খানৰ সৈতে বিয়া
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মনালিছা ভোছলে আৰু ফাৰমানৰ প্ৰেমৰ কাহিনী কোনো চিনেমাৰ কাহিনীতকৈ কম নহয় । প্ৰায় ছয় মাহ আগতে…
মধ্যপ্ৰাচ্যৰ অস্থিৰতা বৃদ্ধি : খাদ্যৰ পৰা পানীলৈকে সকলোতে পৰিছে প্ৰভাৱ। ভাৰতৰ বজাৰত ব্যাপক পৰিৱৰ্তন
আমেৰিকা-ইজৰাইলৰ নেতৃত্বত ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে বিশ্বত এক অৰাজকতাৰ সৃষ্টি হৈছে । লগে লগে ভাৰতেও এই বিশৃংখলতা অনুভৱ কৰিছে…
নিৰ্বাচনৰ পূৰ্বে ধাৰেৰে ৩৬০০ কোটি টকাৰ ‘অৰুণোদয়’ চমক: ৰাজ্যৰ অৰ্থনীতিলৈ কিমান ভাবুকি?
শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ প্ৰায় ৪০ লাখ মহিলাৰ বেংক একাউণ্টলৈ ‘অৰুণোদয় ৩.০’ আঁচনিৰ অধীনত একেদিনাই ৯,০০০ টকাকৈ হস্তান্তৰ কৰিছে। মুঠ…
ঋণ লৈ ৰাইজক দিব চৰকাৰে আঁচনি, টকা লোৱা ভোট দিয়া নীতি
বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আন এক অভিলেখ গঢ়াৰ বাবে সাজু হৈছে ৷ অৱশ্যে এই অভিলেখ হ’ব…
