Category: চৰ্চিত খবৰৰ চৰ্চা

জুবিনক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’লে গৰিমা শইকীয়া গাৰ্গসহ চৰকাৰৰ দ্বাৰা মনোনীত সমিতিয়ে। জুবিন গাৰ্গৰ নামত সোণাপুৰত চৰকাৰী অনুদানেৰে নিৰ্মাণ হ’বলগীয়া ‘জুবিনক্ষেত্ৰ’ৰ কাম-কাজ এতিয়া পূৰ্ণগতিত আগবাঢ়িছে ।

মঙলবাৰে জুবিন ক্ষেত্ৰৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে চৰকাৰীভাৱে স্বীকৃত জুবিনক্ষেত্ৰ…

কুম্ভ মেলাৰ ‘ভাইৰেল গাৰ্ল’ মনালিছাৰ ফাৰমান খানৰ সৈতে বিয়া

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মনালিছা ভোছলে আৰু ফাৰমানৰ প্ৰেমৰ কাহিনী কোনো চিনেমাৰ কাহিনীতকৈ কম নহয় । প্ৰায় ছয় মাহ আগতে…

মধ্যপ্ৰাচ্যৰ অস্থিৰতা বৃদ্ধি : খাদ্যৰ পৰা পানীলৈকে সকলোতে পৰিছে প্ৰভাৱ। ভাৰতৰ বজাৰত ব্যাপক পৰিৱৰ্তন

আমেৰিকা-ইজৰাইলৰ নেতৃত্বত ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে বিশ্বত এক অৰাজকতাৰ সৃষ্টি হৈছে । লগে লগে ভাৰতেও এই বিশৃংখলতা অনুভৱ কৰিছে…

১ লিটাৰ পেট্ৰলৰ মূল্য হলগৈ ৩৫১টকা

ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত বিশ্বৰ প্ৰায়কেইখন দেশত ইন্ধনৰ নাটনিয়ে দেখা দিছে। আমাৰ দেশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছিল যদিও…

ভাৰতক ৰাছিয়ান তেল ক্ৰয় কৰিবলৈ ৩০ দিনৰ অনুমতি আমেৰিকাৰ

পশ্চিম এছিয়াৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি । তাৰ মাজতে এই উপসাগৰীয় সংকটে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা জাহাজ পথসমূহত গুৰুতৰভাৱে বাধাৰ সৃষ্টি…

অসমৰ কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা: বায়ুসেনাৰ সুখয় (Su-30MKI) ক্ৰেছ, দুজন পাইলটৰ কৰুণ মৃত্যু​

অসমৰ কাৰ্বি আংলং জিলাত ৫ মাৰ্চ (বৃহস্পতিবাৰে) নিশা এক অতি শোকাৱহ ঘটনা সংঘটিত হয়। ভাৰতীয় বায়ুসেনাৰ (IAF) এখন অত্যাধুনিক সুখয়…

EXCLUSIVE : মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱা অচ্যুৎ বৈশ্যৰ বিৰুদ্ধে তদন্ত

ৰাজ্য চৰকাৰৰ যৌন নিৰ্যাতনে জোকাৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে আৰম্ভ হল তদন্ত । সতীৰ্থ মহিলা চিকিৎসকক মোবাইলৰ…

বিজেপিৰ ৰেলীত মুখ্যমন্ত্ৰীয়ে এগৰাকী ভাগিনক নিজৰ হাতত পিন্ধা ঘড়ী উপহাৰ হিচাপে খুলি দিছিল ।

বিজেপিৰ ৰেলীত মুখ্যমন্ত্ৰীয়ে এগৰাকী ভাগিনক নিজৰ হাতত পিন্ধা ঘড়ী উপহাৰ হিচাপে খুলি দিছিল । এই Rado Coupole Classic Automatic Power…

ইজৰাইল প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মোদীৰ, যুদ্ধ অন্ত পেলোৱাৰ অনুৰোধ

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণৰ পিছত পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

​ইৰাণ-ইজৰাইল যুদ্ধ: কাৰণ, প্ৰভাৱ আৰু বিশ্বৰ বাবে বিপদ​

আজি ১ মাৰ্চ, ২০২৬ ত ইৰাণ আৰু ইজৰাইলৰ মাজত দশকজোৰা ‘ছাঁয়া যুদ্ধ’ই (shadow war) এক ভয়াৱহ প্ৰত্যক্ষ সংঘাতৰ ৰূপ লৈছে।…