Category: ৰাজনৈতিক

​অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ৬৫ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, গৌৰৱ গগৈ যোৰহাটৰ পৰা; বিজেপিৰ তালিকাৰ বাবে অপেক্ষা

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট সৰৱ হৈ পৰিছে। কংগ্ৰেছ দলে প্ৰথম…

নিৰ্বাচনৰ পূৰ্বে ধাৰেৰে ৩৬০০ কোটি টকাৰ ‘অৰুণোদয়’ চমক: ৰাজ্যৰ অৰ্থনীতিলৈ কিমান ভাবুকি?​

শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ প্ৰায় ৪০ লাখ মহিলাৰ বেংক একাউণ্টলৈ ‘অৰুণোদয় ৩.০’ আঁচনিৰ অধীনত একেদিনাই ৯,০০০ টকাকৈ হস্তান্তৰ কৰিছে। মুঠ…

ঋণ লৈ ৰাইজক দিব চৰকাৰে আঁচনি, টকা লোৱা ভোট দিয়া নীতি

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আন এক অভিলেখ গঢ়াৰ বাবে সাজু হৈছে ৷ অৱশ্যে এই অভিলেখ হ’ব…

বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰো ষ্টাৰ কেম্পেনাৰ হোৱাৰ অত্যুৎসাহী স্বপ্ন ভংগ হ’ল অখিল গগৈৰ।

শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈৰ ঘোষণা — ‘শেষ চেষ্টাও ব্যৰ্থ’ ৷ ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ পৰা অৱশেষত একাশৰীয়া হ’ল অখিল…

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰাজ্যসভা নিৰ্বাচনত ভোট দিয়া বুলি AIUDF দলৰ মিঞা বিধায়কৰ স্বীকাৰ

দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত এ আই ইউ ডি এফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দলৰ পৰা ৬ বছৰৰ…

বংগ ৰাজনীতিত ধুমুহা।ৰাজ্যপালৰ পদত্যাগ।

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে পদত্যাগ কৰে । বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা…

বিজেপিৰ ৰেলীত মুখ্যমন্ত্ৰীয়ে এগৰাকী ভাগিনক নিজৰ হাতত পিন্ধা ঘড়ী উপহাৰ হিচাপে খুলি দিছিল ।

বিজেপিৰ ৰেলীত মুখ্যমন্ত্ৰীয়ে এগৰাকী ভাগিনক নিজৰ হাতত পিন্ধা ঘড়ী উপহাৰ হিচাপে খুলি দিছিল । এই Rado Coupole Classic Automatic Power…

শাসকীয় দলত চূড়ান্ত খেলিমেলি ! কোন কত খেলিব এতিয়াও হোৱা নাই ঠিক।

ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ ব্যস্ত পৰিৱেশ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । সকলো…