অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৰা মন্তব্য সন্দৰ্ভত ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সিষ্ট) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চি পি আই)ৰ এজন নেতাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে ।
মঙলবাৰে অধিবক্তা নিজাম পাছাই ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টোৰ কথা উল্লেখ কৰি ইয়াৰ জৰুৰী…
