বিজেপিৰ ৰেলীত মুখ্যমন্ত্ৰীয়ে এগৰাকী ভাগিনক নিজৰ হাতত পিন্ধা ঘড়ী উপহাৰ হিচাপে খুলি দিছিল । এই Rado Coupole Classic Automatic Power Reserve ঘড়ী। ইণ্টাৰনেটত উপলভ্য তথ্য অনুসৰি, এই ঘড়ীটোৰ দাম ১,৭৭,৩০০ টকাৰ পৰা ১,৯৭,৩০০ টকা।
Think Alternative Search NewsCode