চি বি এছ ইৰ অন-স্ক্ৰীন মাৰ্কিং ব্যৱস্থা, দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ ডিজিটেল মূল্যায়ন আৰম্ভ হব এই বৰ্ষত
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন সাধন কৰি ২০২৬ চনৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ বাবে অন-স্ক্ৰীন…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৰা মন্তব্য সন্দৰ্ভত ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সিষ্ট) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চি পি আই)ৰ এজন নেতাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে ।
মঙলবাৰে অধিবক্তা নিজাম পাছাই ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টোৰ কথা উল্লেখ কৰি ইয়াৰ জৰুৰী…
বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ
বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাৰ সমষ্টিটোৰ বৃহত্তৰ তুলসীবাৰীৰ বহু অঞ্চল এতিয়াও যথেষ্ট ভিতৰুৱা আৰু তুলনামূলকভাৱে অনুন্নত । ঠায়ে ঠায়ে পকী ৰাস্তাৰ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব।
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰি কৰা অনুসৰি শনিবাৰে পুৱা ৭.১৫ বজাত নতুন দিল্লীৰ পৰা চাবুৱা অভিমুখে ৰাওনা হ’ব…
ৰাজস্থান ৰয়েলছৰ নতুন যুগৰ সূচনা: ৰিয়ান পৰাগক অৰ্পণ কৰা হ’ল অধিনায়কৰ গুৰু দায়িত্ব
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) ২০২৬ বৰ্ষৰ বাবে ৰাজস্থান ৰয়েলছে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি অসমৰ তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগক দলৰ পূৰ্ণকালীন…
ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ: কেন্দ্ৰীয় শ্ৰমিক আইন বাতিল আৰু মজুৰি বৃদ্ধিৰ দাবী
কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰমিক নীতিৰ বিৰোধিতা কৰি আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহ উত্তাল হৈ…
অসমলৈ কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি আবণ্টন !
অসমৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্বাচনী টোপ ! নিৰ্বাচনৰ আগে আগে কেন্দ্ৰই ৰাজ্যখনৰ বাবে ঘোষণা…
সাৱধান! SBI গ্ৰাহকলৈ বিপদৰ জাননী; ‘ৰিৱাৰ্ড পইণ্ট’ৰ লোভত নপৰিব, মুহূৰ্ততে খালী হ’ব পাৰে আপোনাৰ একাউণ্ট
বৰ্তমান সময়ত চাইবাৰ অপৰাধীসকলে ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ৰ গ্ৰাহকসকলক লক্ষ্য কৰি এক অভিনব প্ৰৱঞ্চনাৰ জাল পেলাইছে। ‘ৰিৱাৰ্ড পইণ্ট’ (Reward…
মাছ ব্যৱসায়ীৰ আক্ৰমণত মৃত্যু পৌৰসভাৰ চাফাই কৰ্মীডিগবৈত মৰেল পুলিচিঙৰ ঘটনা ।
মাছ চুৰিৰ অভিযোগত পৌৰসভাৰ চাফাই কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ একাংশ লোকৰ । ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰুণ মৃত্যুক আঁকোৱালি লয় লোকজনে…
ভিটামিন বি১২ আমাৰ শৰীৰৰ বাবে এক অতি প্ৰয়োজনীয় উপাদান ।
ভিটামিন বি১২ আমাৰ শৰীৰৰ বাবে এক অতি প্ৰয়োজনীয় উপাদান । ৰক্তকণিকা গঠন, ডি এন এ সংশ্লেষণ আৰু স্নায়ুতন্ত্ৰৰ সঠিক কাৰ্যকলাপৰ…
